UB Photos

নতুন দিল্লীত আৰম্ভ বিজেপিৰ ক’ৰ কমিটীৰ বৈঠক।

দলটোৰ জ্যেষ্ঠ নেতা জে পি নড্ডাৰ আবাসগৃহত অনুষ্ঠিত এই বৈঠক।

বৈঠকখনত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।লগতে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া।

সোমবাৰে ছাৰ্টাৰ্ড বিমানযোগে অসমৰ পৰা দিল্লীলৈ ৰাওনা হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দিলীপ শইকীয়া।