‘জুবিনৰ কথা বেদৰ বাক্য হ’ব নোৱাৰে’, দীঘলীপুখুৰীৰ প্ৰতিবাদক লৈ বিধায়ক প্ৰশান্ত ফুকনৰ মন্তব্য.....

দীঘলীপুখুৰীৰ প্ৰতিবাদক লৈ বিধায়ক প্ৰশান্ত ফুকনৰ মন্তব্য

জুবিন কোন হয় বুলি প্ৰশ্ন বিধায়কগৰাকীৰ

‘জুবিনৰ কথা বেদৰ বাক্য হ’ব নোৱাৰে’

জুবিনৰ লিভাৰ বেলেগ বেলেগ জেগাত আছে নেকি?

জুবিনে যি ক’ব সেয়াই হ’ব নেকি বুলি কটাক্ষ

‘কেইটামান গান গালেই জুবিনৰ সকলো কথা ভাল হ’ব নেকি?

‘জুবিনে অকল গান ভালকৈ গাব পাৰে'’

‘জুবিনে সাৱলীলভাৱে কথা ক’ব নোৱাৰে’

মুখ্যমন্ত্ৰীয়ে গছ নাকাটো বুলি কোৱাৰ পাছতো কিয় গছৰ তলত বহিছে জুবিন