অনুসূচিত জাতিৰ নেতাৰ ৰুবুল দাসৰ বাসগৃহত দিছপুৰ আৰু চানমাৰী আৰক্ষীৰ অভিযান
অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ সংগঠনটোৰ সভাপতি ৰুবুল দাস
পুৰণি এটা গোচৰৰ ভিত্তিত আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে
৭ বজাৰ পৰা মাৰথন জেৰা অব্যাহত ৰাখিছে ৰুবুল দাসৰ বামুণীমৈদামৰ গণেশ নগৰৰ অমূল্য ৰেছিডেন্সীত
আৰক্ষীৰ অভিযানত দিছপুৰ আৰক্ষীয়ে আটক কৰে ৰুবুল দাসক
ঘৰৰ পৰা জব্দ কৰে বহু নথি পত্ৰ
Category
- Log in to post comments