বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ মাজতে নদুৱাৰ সমষ্টিত নিৰ্বাচনী হিংসা৷
বিজেপি কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ প্ৰাক্তন কংগ্ৰেছী বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীৰ বিৰুদ্ধে৷
দলৱদ্ধ আক্ৰমণত গুৰুতৰভাৱে আহত চাৰি বিজেপি কৰ্মী ৷
প্ৰিঞ্চ শইকীয়া ,উৎপল কটকীকে ধৰি আহত চাৰি বিজেপি কৰ্মীক উন্নত চিকিৎসাৰ বাৱে তেজপুৰলৈ প্ৰেৰণ ৷
ঘটনাস্থলীত উপস্থিত আৰক্ষী ৷
আক্ৰমণত জড়িত এগৰাকী কংগ্ৰেছ কৰ্মীক আটক আৰক্ষীৰ ৷
গৈ থকা গাড়ীক বাট আগচি ধৰি আক্ৰমণ কৰি থকাৰ অভিযোগ ৷
Category
- Log in to post comments