দেওবাৰে অসমলৈ আহিব কংগ্ৰেছ সভাপতি মল্লিকার্জুন খার্গে ৷
উত্তৰ অসমৰ পাঁচটা সমষ্টিত ব্যাপক প্ৰচাৰাভিযান চলোৱাৰ উদ্দেশ্যৰে দেওবাৰে লখিমপুৰৰ নাওবৈচালৈ আহিব এআইচিচিৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে ৷
সভাপতি গৰাকীয়ে নাওবৈচাত দলীয় প্ৰাৰ্থী ডা: জয়প্রকাশ দাসৰ হৈ এক জনসভাত অংশ ল’ব ৷
আনহাতে খাৰ্গেৰ পিছত অসম আগমন হ’ব কংগ্ৰেছৰ দুই হাই প্ৰফাইল নেতা ৰাহুল গান্ধী আৰু প্রিয়ংকা গান্ধী ৷
Category
- Log in to post comments