UB Photos November 24 / 2026 ৰে’লৰ খুন্দাত অচিনাক্ত ব্যক্তিৰ কৰুণ মৃত্যু। জানিব পৰা মতে, শিলঘাটৰ পৰা ধুবুৰী অভিমুখী ৰে’লখনে মহটিয়াই নিয়ে ব্যক্তিজনক। এই দুৰ্ঘটনাৰ ফলত থিতাতে মৃত্যু হয় ব্যক্তিজনৰ। বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই মৃত ব্যক্তিজনৰ পৰিচয়। । Category News Tags UB Photos UB News Log in to post comments