UB Photos

আগন্তুক নিৰ্বাচনক লৈ সমগ্ৰ ৰাজ্যত বলিছে ৰাজনৈতিক গৰম বতাহ ৷

বিধানসভা নিৰ্বাচনৰ পূৰ্বে UPPLত মোক্ষম আঘাত ৷

UPPL ত্যাগ কৰিলে ৰবিন্দ্র মুছাহাৰী ৷

UPPL ত্যাগ BPFলৈ ৰবিন্দ্র মুছাহাৰী ৷

UPPLৰ প্রতিষ্ঠাপক উপ-সভাপতি আছিল ৰবিন্দ্র মুছাহাৰী ৷

১৮ মাৰ্চত BPFত আনুষ্ঠানিকভাৱে যোগদান কৰিব মুছাহাৰীয়ে ৷

ৰবিন্দ্র মুছাহাৰীক আদৰণি জনাব হাগ্রামা মহিলাৰীয়ে ৷