latest News

*  সুদীৰ্ঘ ন মাহৰ পিছত পৃথিৱীলৈ উভতিব সুনীতা উইলিয়ামছ।
*  মহাকাশ কেন্দ্ৰৰ বহু স্মৃতি লৈ পৃথিৱীলৈ উভতিব সুনীতা। 
*  সুদীৰ্ঘ ৯ মাহ ধৰি আৱদ্ধ হৈ থকাৰ পিছত বিষন্ন মনে উভিতব সুনীতা।
*  মহাকাশৰ পৰাই সাংবাদিকক হৃদয়ৰ বতৰা দিলে এইদৰে....  

অপ্ৰত্যাশিতভাৱে ন মাহ মহাকাশত থকাৰ পিছত অৱশেষত পৃথিৱীলৈ ঘূৰি আহিবলৈ সাজু হৈছে ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ। সুনীতা উইলিয়ামছ আৰু নাছাৰ সহযোগী মহাকাশচাৰী বুচ উইলম'ৰে ২০২৪ বৰ্ষৰ জুন মাহত আঠ দিনীয়া এটা অভিযান লৈ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (ISS)লৈ গৈছিল।