অসমবাসীলৈ কেন্দ্ৰীয় কেবিনেটৰ সুখবৰ
অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান
অসমীয়া ভাষাক লৈ কেন্দ্ৰীয় কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত
প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটৰ বৈঠক
কেবিনেটৰ পিছতে ঘোষণা মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
কেন্দ্ৰীয় চৰকাৰক ৰাজ্য চৰকাৰে আগবঢ়াইছিল প্ৰস্তাৱ
প্ৰশস্ত হ’ল অসমীয়া ভাষা সাহিত্যৰ উত্তৰণৰ পথ
পূৰ্বে ৬টা ভাষাই লাভ কৰিছিল ধ্ৰুপদী ভাষাৰ মৰ্যাদা
২০০৪ চনত তামিল ভাষাক দিয়া হৈছিল প্ৰথম মৰ্যাদা
পৰৱৰ্তী সময়ত ধ্ৰুপদী ভাষাৰ মৰ্যাদা তেলেগু, সংস্কৃতক
- Today is: