দিছপুৰত সম্পন্ন ৰাজ্যিক কেবিনেটৰ বৈঠক...

ASSAM

 

কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ৰূপসী বিমানবন্দৰৰ নাম সলনিৰ প্ৰস্তাৱ

কালীচৰণ ব্ৰহ্ম নামেৰে নামাকৰণৰ প্ৰস্তাৱ কেন্দ্ৰলৈ

নিৰ্মীয়মাণ ব্ৰহ্মপুত্ৰ দলঙৰ বাবে পুনৰ আবণ্টন

পূৰণ কৰা হ’ব VCDC, VDCৰ ৪৭৪টা পদ

শ্ৰম প’ৰ্টেলত নতুন আবেদন বন্ধ

বিধানসভাত উত্থাপিত হ’ব অসম স্কীল বিশ্ববিদ্যালয় বিল

৬ লাখ লোকলৈ নতুন ৰেচন কাৰ্ড

’২৫ৰ ভিতৰত গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ নিৰ্মাণ সম্পূৰ্ণ

৭-৮ আগষ্টত নিযুত মাইনা আঁচনিৰ প্ৰপত্ৰ

CMৰ স্বনিৰ্ভৰশীল আঁচনিৰ অধীনত ৩০ হাজাৰক ২ লাখকৈ টকা

অৰুণোদয়ৰ বাবে থাকিব লাগিব ৰেচন আৰু আধাৰকাৰ্ড

ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব অৰুণোদয়ৰ কাম-কাজ

৩ লাখ ৬০ হাজাৰ মেট্ৰিক টন ধান ক্ৰয় চৰকাৰৰ

চৰকাৰে ক্ৰয় কৰিছে ১১ হাজাৰ মেট্ৰিক টন সৰিয়হ

১ আগষ্টৰ পৰা ২০ আগষ্টলৈ অমৃত বৃক্ষ আন্দোলন

ৰাজ্যজুৰি ৰোপণ কৰা হ’ব ৩ কোটি গছপুলি

২০ নৱেম্বৰত ৮০০০ শিল্পীৰে ঝুমুৰ প্ৰদৰ্শন

সৰুসজাই ষ্টেডিয়ামত বিশেষ অনুষ্ঠান

মেডিকেল চাৰ্টিফিকেটৰ সৈতে নৱজাতকৰ আধাৰকাৰ্ড

নাৰ্চিংহোমত বন্ধ হ’ব আয়ুস্মান কাৰ্ড

APSCৰ দোষী সাব্যস্ত বিষয়াক চাকৰিৰ পৰা অব্যাহতি

লাভলীনাই সোণৰ পদক লাভ কৰাৰ আশা মুখ্যমন্ত্ৰীৰ

কেবিনেট বৈঠকৰ অন্তত ঘোষণা মুখ্যমন্ত্ৰী

Category