দিছপুৰত সম্পন্ন ৰাজ্যিক কেবিনেটৰ বৈঠক, বৈঠকত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে?.....

cabinet

দিছপুৰত সম্পন্ন ৰাজ্যিক কেবিনেটৰ বৈঠক
আপোন ঘৰ আঁচনিৰ অধীনত ৩৭,২৭৭ কৰ্মচাৰীক ঋণ
৫,৬৬৩ কোটি টকাৰ ঋণ ল’লে ৰাজ্যিক কৰ্মচাৰীয়ে
ঋণৰ পৰিমাণ ৩০ লাখ টকালৈ বৃদ্ধি কৰা হ’ব
১ শতাংশ সুদ আদায় দিব চৰকাৰে
শীঘ্ৰেই মাৰ্কেটিং ব’ৰ্ডৰ ৬১২ কৰ্মচাৰীক VRS
পাবলগীয়া ধনতকৈ দিয়া হ’ব ১০ শতাংশ অধিক
৪৫ দিনৰ ভিতৰত সম্পন্ন হ’ব VRS প্ৰক্ৰিয়া
কেবিনেটৰ অন্তত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সংবাদ মেল

Category