দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটত.....

cabinet

দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক
কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটত
বৰাকৰ সকলো কাম তীব্ৰতাৰে সম্পন্ন কৰাত গুৰুত্ব
প্ৰতিমাহত বৰাকলৈ যাব দুজনকৈ অভিভাৱক মন্ত্ৰী
আগষ্টত বৰাকলৈ যাব মন্ত্ৰী ৰণজিৎ দাস
BTCৰ বাবে 401.50 কোটি টকাৰ অনুমোদন
আৰোগ্য জননিধি আঁচনিৰ বাবে ৩৭৫ কোটি টকা মুকলি
কেন্সাৰ কেয়াৰ ফাউণ্ডেচনলৈ ২০০ কোটি টকা
প্ৰদূষণ নিয়ন্ত্ৰণত বিশেষ গুৰুত্ব ৰাজ্য চৰকাৰৰ
নতুনকৈ নিৰ্মাণ কৰা হ’ব ১০০টা CNG ষ্টেচন
সংবাদ মেলত মন্ত্ৰী কেশৱ মহন্ত, জয়ন্ত মল্লবৰুৱা

Category