ডিব্ৰুগড়ত বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ...

Himanta Biswa Sarma

২৪ ঘণ্টাই খোলা থাকিব দোকান-বজাৰ-ব্যৱসায়িক প্ৰতিষ্ঠান
ৰাজ্যৰ ৩ জিলাত কাৰ্যকৰী হ’ব এই সিদ্ধান্ত
গুৱাহাটী, ডিব্ৰুগড়, শিলচৰত ২৪ ঘণ্টাই খোলা থাকিব প্ৰতিষ্ঠান
ডিব্ৰুগড়ত বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
আন জিলাসমূহত খোলা থাকিব নিশা ২ বজালৈকে
ৰংঘৰ চৌহদৰ কৃত্ৰিম বানক লৈ প্ৰতিক্ৰিয়া
পৰ্যবেক্ষণৰ বাবে সমিতি গঠনৰ ঘোষণা মুখ্যমন্ত্ৰীৰ
বৃদ্ধি পাব NHM কৰ্মচাৰীৰ অৱসৰৰ বয়স
ৰাজ্যৰ ৰাজপথত অৱতৰণ কৰিব প্লেন আৰু হেলিকপ্টাৰে
প্লেন অৱতৰণৰ সুবিধাজনককৈ নিৰ্মাণ হ’ব ৰাজপথ
অৰুণাচলত থকা মৰাণ জনগোষ্ঠীয় লোকক PRC
নামৰূপ সাৰ কাৰখানাৰ ইউৰিয়া প্ৰকল্পৰ বাবে প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা
নতুন ইউনিটৰ আধাৰশিলাৰ বাবে আহিব প্ৰধানমন্ত্ৰী মোদী
ছেপ্টেম্বৰ-অক্টোবৰত প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ সম্ভাৱনা
জোনাইত এটা নতুন উন্নয়ন খণ্ড স্থাপনৰ সিদ্ধান্ত
চৰকাৰী বিদ্যালয়ৰ পৰিত্যক্ত মাটি যাব চৰকাৰৰ হাতলৈ

Category