ৰাজ্যৰ জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ সালসলনি, কোন মন্ত্ৰীক ক'ত বদলি কৰা হৈছে?.....

assam cabinet

ৰাজ্যৰ জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ সালসলনি
কৰিমগঞ্জ, ধুবুৰী, বঙাইগাঁৱৰ দায়িত্ব ৰণজিৎ দাসক
অতুল বৰাক কামৰূপ মেট্ৰ আৰু নলবাৰীৰ দায়িত্ব
কোকৰাঝাৰ, চিৰাঙৰ দায়িত্ব ইউ জি ব্ৰহ্মক
অশোক সিংহলক গোৱালপাৰা, বিশ্বনাথৰ দায়িত্ব
মৰিগাঁও, দৰং, দক্ষিণ শালমাৰাৰ দায়িত্ব কেশৱ মহন্তক
যোৰহাট আৰু নগাঁৱৰ দায়িত্ব অজন্তা নেওগক
চন্দ্ৰমোহন পাটোৱাৰীক কামৰূপ, বৰপেটা, বজালীৰ দায়িত্ব
শিৱসাগৰ, লখিমপুৰ, মাজুলীৰ দায়িত্ব ৰণোজ পেগুক
গোলাঘাট, ডিমা হাচাওৰ দায়িত্ব সঞ্জয় কিষাণক
শোণিতপুৰ, ওদালগুৰি, হোজাইৰ দায়িত্ব পীযুষ হাজৰিকাক
যোগেন মহনক ডিব্ৰুগড়, ধেমাজিৰ দায়িত্ব
তিনিচুকীয়া, চৰাইদেউৰ দায়িত্ব বিমল বড়াক
কাছাৰ, হাইলাকান্দি, বাক্সা, তামুলপুৰৰ দায়িত্ব জয়ন্ত মল্লবৰুৱাক
পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলঙৰ দায়িত্ব নন্দিতা গাৰ্লোচাক

Category