প্ৰত্যেক গৰাকী অসমীয়াৰ বাবে সুখবৰ! অসমীয়া ভাষাই লাভ কৰিলে ধ্ৰুপদী ভাষাৰ স্বীকৃতি....

classical Language

অসমবাসীলৈ কেন্দ্ৰীয় কেবিনেটৰ সুখবৰ
অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান
অসমীয়া ভাষাক লৈ কেন্দ্ৰীয় কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত
প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটৰ বৈঠক
কেবিনেটৰ পিছতে ঘোষণা মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
কেন্দ্ৰীয় চৰকাৰক ৰাজ্য চৰকাৰে আগবঢ়াইছিল প্ৰস্তাৱ
প্ৰশস্ত হ’ল অসমীয়া ভাষা সাহিত্যৰ উত্তৰণৰ পথ
পূৰ্বে ৬টা ভাষাই লাভ কৰিছিল ধ্ৰুপদী ভাষাৰ মৰ্যাদা
২০০৪ চনত তামিল ভাষাক দিয়া হৈছিল প্ৰথম মৰ্যাদা
পৰৱৰ্তী সময়ত ধ্ৰুপদী ভাষাৰ মৰ্যাদা তেলেগু, সংস্কৃতক
পূৰ্বে কানাড়া, মালায়ালম, ওড়িয়া ভাষাকো ধ্ৰুপদী ভাষাৰ মৰ্যাদা
মাৰাঠী, পালি, প্ৰাকৃত, বেংগলীকো ধ্ৰুপদী ভাষাৰ মৰ্যাদা
বৃহস্পতিবাৰৰ কেন্দ্ৰীয় কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
প্ৰধানমন্ত্ৰীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কৃতজ্ঞতা
কেন্দ্ৰীয় চৰকাৰক কৃতজ্ঞতা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Category