Covid Vaccine

কোভিডৰ ভেকচিনৰ মাৰাত্মক পাৰ্শ্বপ্ৰতিক্ৰিয়া থকাৰ কথা কেন্দ্ৰীয় চৰকাৰে মানি লোৱাৰ সময়তে আন এক প্ৰসংগই এতিয়া বেচ চৰ্চা লাভ কৰিছে৷ কোভিডৰ ভেকচিন গ্ৰণ কৰি ২০২১ বৰ্ষত মৃত্যুক সাৱটি লৈছিল এগৰাকী মহিলা চিকিৎসকে ৷ নাম তেওঁৰ ডাঃস্নেহাল লুনাৱত৷ চিকিৎসকগৰাকীৰ পিতৃয়ে ইতিমধ্যে কোভিড ভেকচিন কোভিশ্বিল্ডৰ নিৰ