আপুনি বুষ্টাৰ ড’জ ল’লেনে? দ্বিতীয় পালি প্ৰতিষেধক লোৱাৰ ৯মাহ সম্পূৰ্ণ হ’ল যদি সাজু হওঁক…

Covid Vaccine

প্ৰাপ্তবয়স্ক লোকক প্ৰদান কৰা হ’ব ক’ভিড ১৯ৰ বুষ্টাৰ ড’জ। শুকুৰবাৰে, স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰে ১৮ বছৰৰ উৰ্দ্ধৰ সকলো লোককে বুষ্টাৰ ড’জ দিয়াৰ কথা।

ক’ভিড ভেকচিনৰ দ্বিতীয় পালি লোৱাৰ ৯ মাহ সম্পূৰ্ণ হোৱাৰ পিছত ব্যক্তিসকলে তৃতীয় পালি প্ৰতিষেধক ল’ব পাৰিব। ব্যক্তিগত ভেকচিন প্ৰদান কেন্দ্ৰত ১০ এপ্ৰিল, দেওবাৰৰ পৰা দিয়া হ’ব এই বুষ্টাৰ ড’জ।

Category

Related Articles