আজিৰে পৰা দেশজুৰি ১৫ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰৰ বিশেষ টীকাকৰণ অভিযান

Vaccination

 আজিৰে পৰা দেশজুৰি বিশেষ টীকাকৰণ অভিযান

 সপ্তাহজোৰা কাৰ্যসূচীৰে চলিব এই প্ৰক্ৰিয়া

১৫-১৮ বছৰীয়া কিশোৰ-কিশোৰীক সামৰিব এই প্ৰক্ৰিয়াই

 প্ৰতিখন জিলাত দৈনিক ১৫খনকৈ বিদ্যালয়ত অভিযান

 বিদ্যালয়ৰ তালিকা প্ৰস্তুত কৰিব সংশ্লিষ্ট জিলাৰ IS-এ

 তালিকাত থাকিব ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানো

 লগতে থাকিব কনিষ্ঠ মহাবিদ্যালয় আৰু পলিটেকনিকো

 এই সময়ছোৱাত ২০ লাখ কিশোৰ-কিশোৰীক সামৰি লোৱাৰ লক্ষ্য

 ইয়াৰ বাবে সাজু স্বাস্থ্য আৰু শিক্ষা বিভাগ

 এই অভিযানৰ তদাৰকৰ দায়িত্বত থাকিব জিলা প্ৰশাসন

 তদাৰক কৰিব শিক্ষা বিভাগৰ ADCয়ে

 চিনাক্ত কৰা হ’ব দ্বিতীয় পালি ভেকচিন নোলোৱা অভিভাৱককো

 সংশ্লিষ্টসকলকো এই সময়ছোৱাত ভেকচিন প্ৰদানৰ লক্ষ্য

 ফেব্ৰুৱাৰীৰ ভিতৰত ৰাজ্যত ভেকচিনেচন সম্পূৰ্ণ কৰাৰ লক্ষ্য

অভিযানে সামৰি ল’ব প্ৰায় ২০ লাখ কিশোৰ-কিশোৰীক

 মুখ্যমন্ত্ৰীয়ে দুলীয়াজানৰ শিক্ষানুষ্ঠানত মুকলি কৰিব অভিযান

 জিলাই জিলাই উপস্থিত থাকিব মন্ত্ৰীসভাৰ সদস্যসকল

 শিক্ষানুষ্ঠানত থাকি নিৰীক্ষণ কৰিব অভিযানৰ কাৰ্যৰূপায়ণ

 দুলীয়াজানত মুখ্যমন্ত্ৰীৰ সৈতে থাকিব মন্ত্ৰী অতুল বৰা

 মন্ত্ৰী সঞ্জয় কিষাণ আৰু বিমল বৰাও উপস্থিত থাকিব

 কামৰূপ মহানগৰত উপস্থিত থাকিব স্বাস্থ্যমন্ত্ৰী

 পীযুষ হাজৰিকাও থাকিব কামৰূপ মহানগৰত

 কামৰূপ জিলাত থাকিব মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

 শোণিতপুৰত থাকিব মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

 গোলাঘাটত থাকিব মন্ত্ৰী অজন্তা নেওগ

 হোজাইত থাকিব মন্ত্ৰী পৰিমল শুক্লবৈদ্য

 নগাঁৱত থাকিব মন্ত্ৰী ডাঃ ৰণোজ পেগু

 চিৰাঙত থাকিব মন্ত্ৰী ঊৰ্খাও গৌৰা ব্ৰহ্ম

 চৰাইডেউত থাকিব মন্ত্ৰী যোগেন মহন

 কামৰূপ জিলাৰ ১৫ স্থানত দিয়া হ’ব ভেকচিন

 ৯ বজাৰ পৰা ৩ বজালৈ দিয়া হ’ব ভেকচিন

 পুৱাৰ ভাগত দিয়া হ’ব কামৰূপৰ ৫ স্থানত

Category
Profile picture for user UB Photos