২৫ ফেব্ৰুৱাৰীৰ পিছত প্ৰাৰ্থী তালিকা ঘোষণা কৰিব বিজেপিয়ে; ডাঙৰ মন্তব্য ৰাজ্যিক BJP সভাপতি দিলীপ শইকীয়াই UB Photos February 09 / 2026 বিধানসভাৰ নিৰ্বাচনৰ বাবে সাজু ৰাজ্যিক বিজেপি। বিধানসভা নিৰ্বাচনকলৈ গুৰুত্বপূৰ্ণ মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। নিৰ্বাচনত জয়ী হোৱাৰ বাবে সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে বিজেপিয়ে বুলি কয় ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে। Tags UB media UB News UB Photos Read more about ২৫ ফেব্ৰুৱাৰীৰ পিছত প্ৰাৰ্থী তালিকা ঘোষণা কৰিব বিজেপিয়ে; ডাঙৰ মন্তব্য ৰাজ্যিক BJP সভাপতি দিলীপ শইকীয়াইLog in to post comments