ক’ভিডত আক্ৰান্ত চিকিৎসাকৰ্মী, দিছপুৰত ১১ গৰাকী চিকিৎসাকৰ্মীৰ দেহত ক’ভিডৰ সংক্ৰমণ…

Covid19

মহানগৰীত ক’ভিডৰ ভয়াৱহ সংক্ৰমণ। দৈনিক শতাধিক লোক ক’ভিডত আক্ৰান্ত হোৱাৰ সময়তে দিছপুৰ ৰাজধানী ৰাজ্যিক চিকিৎসালয়তো ক’ভিডৰ সংক্ৰমণ।

বুধবাৰে, চিকিৎসালয় খনত ক’ভিডত আক্ৰান্ত হৈছে ১১ গৰাকী চিকিৎসাকৰ্মী। ক’ভিডৰ ভেকচিন প্ৰদানত নিয়োজিত আছিল চিকিৎসাকৰ্মীসকল।

Category
Profile picture for user UB Photos