◾আজিৰে পৰা আৰম্ভ কিশোৰ-কিশোৰীৰ টিকাকৰণ
◾১২-১৪ বছৰৰ কিশোৰ-কিশোৰীক দিয়া হ’ব ভেকচিন
◾১৩.৪৮ লাখ কিশোৰ-কিশোৰীক টিকাকৰণৰ লক্ষ্য
◾প্ৰদান কৰিব ক’ৰ্বেভেক্স ভেকচিন
◾দেশৰ সমান্তৰালকৈ অসমতো আৰম্ভ টীকাকৰণ
◾মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব টিকাকৰণৰ কাৰ্যসূচী
◾ৰুক্মিনীগাঁৱৰ বিদ্যালয়ত টীকাকৰণ অভিযানৰ শুভাৰম্ভ
◾উপস্থিত থাকিব স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত
◾সমান্তৰালকৈ আৰম্ভ হ’ব সুৰক্ষামূলক তৃতীয়পালি ভেকচিন প্ৰদান
◾১০ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল সুৰক্ষামূলক ভেকচিন প্ৰদান
◾৬০ ঊৰ্ধৰ ব্যক্তিক প্ৰদান কৰা হৈছিল সুৰক্ষামূলক ভেকচিন
Category
- Log in to post comments