
এতিয়াৰে পৰা ভেকচিনৰ দুয়োটা ড’জ গ্ৰহণ কৰা লোকেহে ক্ৰয় কৰিব পাৰিব সুৰা
কৰ’ণাৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাজ্য চৰকাৰে বহু নীতি নিয়ম জাৰি কৰিছে যদিও এতিয়াও কৰ’ণা মুক্ত হোৱা নাই ৰাজ্য। ওলোতাই কৰ’ণাৰ নতুন ভেৰিয়েন্টেহে ত্ৰাসৰ সৃষ্টি কৰিছে।
সেয়েহে ইয়াৰ প্ৰতি লক্ষ্য কৰি, বৰপেটা জিলা উপায়ুক্ত তেজ প্ৰসাদ ভুচালে জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা। এই নিৰ্দেশনাৰ আনুসৰি ভেকচিনৰ দুয়োটা ডজ গ্ৰহণ কৰা লোকেহে ক্ৰয় কৰিব পাৰিব সুৰা।
Category
- Log in to post comments