APSC scam

APSCৰ কৃষি কেলেংকাৰীৰ ৩৩ জনক দোষী সাব্যস্ত
সোমবাৰে বিশেষ ন্যায়াধীশৰ আদালতৰ ৰায়দান
আজি আদালতত উপস্থিত হ’ব নালাগে ৩৩ অভিযুক্ত
ভিডিঅ’ কনফাৰেঞ্চযোগে লোৱা হ’ব অভিযুক্তৰ শেষ অভিযোগ
২ বজাৰ পৰা গ্ৰহণ কৰিব অভিযোগসমুহ
সেয়েই আজি শাস্তি ঘোষণাৰ ক্ষীণ সম্ভাৱনা 
এই সমগ্ৰ প্ৰক্ৰিয়াৰ অন্তত হ’ব শাস্তি ঘোষণা
শাস্তি ঘোষণাৰ বাবে ২/৩ দিন সময়ৰ সম্ভাৱনা
সোমবাৰে কাৰাগাৰতে নিশা কটালে ৩৩ অভিযুক্তই