APSCৰ কেলেংকাৰিক লৈ আদালতত SITৰ চাৰ্জশ্বীট.....

APSC

APSCৰ কেলেংকাৰিক লৈ আদালতত SITৰ চাৰ্জশ্বীট
SITৰ চাৰ্জশ্বীটক লৈ ক্ষুব্ধ আদালত
চাৰ্জশ্বীটত স্ববিৰোধী আখ্যা আদালতৰ
অভিযুক্ত সন্দৰ্ভত চাৰ্জশ্বীটত স্ববিৰোধী তথ্য
চাৰ্জশ্বীটত নাম নাই ৩২ অভিযুক্ত বিষয়াৰ
২০১৩ বৰ্ষৰ এইসকল ৰাজপত্ৰিত বিষয়া
চাৰ্জশ্বীটত নাম নাই ২০১৪ৰ ৭ অভিযুক্তৰো
৩৯ বিষয়াক দোষী সাব্যস্ত কৰিছিল শৰ্মা আয়োগে
চাৰ্জশ্বীটত নাম নথকা বিষয়াৰ বিৰুদ্ধে পুনৰ তদন্তৰ নিৰ্দেশ
তদন্তকাৰী বিষয়া প্ৰতীক থুবেৰ চাৰ্জশ্বীটত বৃহৎ সুৰুঙা

Category