প্ৰসংগঃ APSC কেলেংকাৰী! পুনৰ ২ ৰাজপত্ৰিত বিষয়াক হাজিৰ হোৱাৰ নিৰ্দেশ SITৰ... কোন কোন বিষয়াক হাজিৰ হোৱা নিৰ্দেশ? জানো আহক.......

APSC

অব্যাহত APSC কেলেংকাৰীৰ তদন্ত
পুনৰ ২ ৰাজপত্ৰিত বিষয়াক হাজিৰ হোৱাৰ নিৰ্দেশ SITৰ
ACS হিতেশ মজুমদাৰ, গীতাৰ্থ বৰুৱাক হাজিৰ হোৱাৰ নিৰ্দেশ
২৯ ডিচেম্বৰত CIDৰ কাৰ্যালয়লৈ তলৱ ২ বিষয়াক
পোহৰলৈ আহিছে দুয়োগৰাকী বিষয়াৰ জালিয়তিৰ তথ্য 
২০১৩ৰ APSC মূল পৰীক্ষাত অনুত্তীৰ্ণ হিতেশ মজুমদাৰ
কেইবাখনো উত্তৰবহীত নম্বৰ বৃদ্ধি কৰাৰ তথ্য
ৰাকেশ পালৰ গৃহত উদ্ধাৰ হোৱা ৯ খন টেবুলেশ্যন ছীটৰ এখন আছিল হিতেশৰ
নিয়োগ বিষয়া গীতাৰ্থ বৰুৱাৰো বৃদ্ধি হৈছিল ৩ খনকৈ উত্তৰ বহীৰ নম্বৰ
 

Category