ক্ষীপ্ৰগতিত APSCৰ কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া, CID কাৰ্যালয়ত হাজিৰ APS নিতুমণি দাস, ঋতুৰাজ দলে...........

APSC

ক্ষীপ্ৰগতিত APSCৰ কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া
CID কাৰ্যালয়ত হাজিৰ APS নিতুমণি দাস, ঋতুৰাজ দলে
জেৰাৰ বাবে দুয়োকে হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল SITএ
বক্ৰপথেৰে APSCত চাকৰি লোৱাৰ অভিযোগত অভিযুক্ত
বঙাইগাঁও অপৰাধ শাখাৰ ASP নিতুমণি দাস
APSCৰ মূল পৰীক্ষাত উত্তীৰ্ণ হোৱা নাছিল নিতুমণি
গোৱালপাৰা অপৰাধ শাখাৰ ASP ঋতুৰাজ দলে
দুয়োগৰাকীৰে টেবুলেশ্বন শ্বীটত বৃদ্ধি কৰা হৈছিল নম্বৰ

Category