APS সুকন্যা দাসৰ ঘৰত SITৰ অভিযান! পুৱাৰে পৰা মালিগাঁওস্থিত বাসগৃহত চলিছে অভিযান...........

Sukayana Das

APS সুকন্যা দাসৰ ঘৰত SITৰ অভিযান
মালিগাঁওস্থিত বাসগৃহত অভিযান SITৰ
ইতিমধ্যেই APSCকেলেংকাৰিত গ্ৰেপ্তাৰ হৈছে সুকন্যা দাস
ধন দি চাকৰি লৈছিল ৰাজপত্ৰিত বিষয়াগৰাকীয়ে
বৰ্তমানেও SITৰ জিম্মাতে আছে সুকন্যা দাস


বৰ্তমানেও APSC কেলেংকাৰিক লৈ অভিযান অব্যাহত। এইবাৰ APS সুকন্যা দাসৰ ঘৰত SITৰ অভিযান। পুৱাৰে পৰা মালিগাঁওস্থিত বাসগৃহত SITয়ে চলাইছে অভিযান। 

উল্লেখ্য যে, আয় বহিৰ্ভূতভাৱে সম্পত্তি গঢ়াৰ অভিযোগত চলিছে এই অভিযান। ইতিমধ্যেই APSC কেলেংকাৰিত গ্ৰেপ্তাৰ হৈছে সুকন্যা দাস। ধন দি চাকৰি লৈছিল ৰাজপত্ৰিত বিষয়াগৰাকীয়ে। বৰ্তমানেও SITৰ জিম্মাতে আছে সুকন্যা দাস।

Category