Junmoni Rabha

কলিয়াবৰৰ ন্যায়িক আদালতত  উপস্থিত জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভা। সুমিত্ৰা ৰাভাৰ লগত আছে চি বি আইৰ বিষয়া-কৰ্মচাৰী। জখলাবন্ধা আৰক্ষী থানাত ৰুজু হোৱা ৮৪/২৩ আৰু ৮৭/২৩ নম্বৰৰ দুয়োটা গোচৰ সন্দৰ্ভত ক’ৰ্টত উপস্থিত জোনমণি ৰাভাৰ মাতৃ। 

ব্যক্তিগত অসুবিধাৰ বাবে সুমিত্ৰা ৰাভাই ৮৭/২৩ নং গোচৰটো উঠাই লোৱাৰ বাবে আবেদন কৰে। কিন্তু চিবিআইৰ আৱেষ্টনীৰে আদালতত উপস্থিত হোৱাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।