জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ নতুন মোৰ; দুৰ্ঘটনাস্থলীত উদ্ধাৰ জোনমণি ৰাভাৰ ম’বাইল ফোন......

Junmoni Rabha

জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ নতুন মোৰ

দুৰ্ঘটনাস্থলীত উদ্ধাৰ জোনমণি ৰাভাৰ ম’বাইল ফোন

CBIয়ে উদ্ধাৰ কৰে জোনমণিয়ে ব্যৱহাৰ কৰা ম’বাইলটো

জখলাবন্ধাত অভিযান চলাইছিল CBIৰ ১২ জনীয়া দলে

জোনমণি ৰাভাৰ গাড়ীত উদ্ধাৰ ম’বাইল আৰু ৰুমাল

মাহজোৰা তদন্ত কৰিও উদ্ধাৰ কৰিব পৰা নাছিল ম’বাইল

ছেমচাং কোম্পানীৰ ম’বাইলটো উদ্ধাৰ দুৰ্ঘটনাগ্ৰস্ত বাহনখনত

দিল্লীৰ পৰা আহিছিল CBIৰ এটা বিশেষ দল

দুৰ্ঘটনাগ্ৰস্ত বাহনখন পৰীক্ষা কৰিছিল বিশেষ দলটোৱে

Category
Profile picture for user UB Photos