ইজনৰ পিছত সিজনক চলাইছে জেৰা, ক্ষীপ্ৰগতিত চলা অভিযানত সফল হ'ব পাৰিব নে CBI?

Junmoni

প্ৰসংগঃ SI জোনমণি ৰাভাৰ মৃত্যুৰ গোচৰ তদন্ত। জখলাবন্ধা থানাত পুনৰ CBIৰ তিনিজনীয়া দল। CBIৰ দলটোৱে সোধা-পোছা কৰিছে কেইবাজনো লোকক। দুৰ্ঘটনাত নিশা ঘটনাস্থলীলৈ যোৱা ক্ৰেনৰ চালক-হেণ্ডিমেনক জেৰা চলাইছে CBI-য়ে। জখলাবন্ধা থানাত দুয়োকে জেৰা চলাইছে CBIএ। জোনমণিক হাস্পতাললৈ নিয়া এম্বুলেঞ্চৰ চালককো কৰিব জেৰা। ক্ষীপ্ৰগতিত চলা অভিযানত সফল হ'ব পাৰিব নে CBI? উদঘাটন কৰিব পাৰিব জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰকৃত ৰহস্য?
 

Category
Profile picture for user UB Photos