অৱশেষত জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব ল'লে CBIয়ে

Junmoni

এতিয়াও ৰহস্যৰ আৱৰ্ত্ততে আছে SI জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা। CID ৰ জেৰা অব্যাহত যদিও পোহৰলৈ অহা নাই জোনমণিৰ মৃত্যুৰ ৰহস্য। জোনমণিৰ মৃত্যুৰ তদন্ত CBI ক হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও CBI ক হস্তান্তৰ কৰা নাছিল তদন্তৰ দায়িত্ব। অৱশেষত আজি জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব ললে CBI য়ে। CBI ৰ অনুসন্ধানত পোহৰলৈ আহিবনে SI জোনমণি ৰাভাৰ মৃত্যুৰ আচল ৰহস্য? নে ৰহস্যৰ আৱৰ্ত্ততে থাকিব জোনমণিৰ লগত কি ঘটিছিল সেই অভিশপ্ত নিশা?

Category
Profile picture for user UB Photos