পুনৰ নগাঁও সদৰ থানাৰ গাড়ীচালক অনিল ভূঞাক জেৰা CBIৰ.........

Junmoni

SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত ক্ষিপ্ৰগতিত চলিছে । নগাঁও আবৰ্ত ভৱনত CBI দলৰ অভিযান । পুনৰ নগাঁও সদৰ থানাৰ গাড়ীচালকক জেৰা অব্যাহত CBIৰ । গাড়ীচালক অনিল ভূঁঞাক পুৱাৰে পৰা জেৰা চলাইছে CBI য়ে । ভাইৰেল অডিঅ’ সন্দৰ্ভত জেৰা গাড়ীচালক অনিল ভূঁঞাক । উল্লেখ্য যে, জোনমণি ৰাভাক নগাঁও আৰক্ষীয়ে হত্যা কৰাৰ অভিযোগ তুলিছিল ভূঁঞাই ।

Category
Profile picture for user UB Photos