'মোৰ কন্যাক চক্ৰান্ত কৰি মাৰি পেলালে, মোৰ কন্যাৰ মৃত্যুৰ তদন্ত আগবঢ়া নাই'- আদ্যশ্ৰাদ্ধৰ দিনা জোনমণি ৰাভাৰ মাতৃৰ বিস্ফোৰণ

Junmoni

আজি SI জোনমণি ৰাভাৰ আদ্যশ্ৰাদ্ধ। কন্যাৰ আদ্যশ্ৰাদ্ধৰ দিনাই মাতৃৰ বিস্ফোৰণ। মাতৃৰ ভাষ্য- "মোৰ কন্যাৰ মৃত্যুৰ তদন্ত আগবঢ়া নাই। মোৰ কন্যাক চক্ৰান্ত কৰি মাৰি পেলালে। " লীনা দলেক লৈও কৰিলে বিস্ফোৰক মন্তব্য। মাতৃৰ অভিযোগ- 'লীনা দলেক লৈ আজি পৰ্যন্ত নহ'ল তদন্ত, লীনা দলেৰ মুখেৰে এই পৰ্যন্ত উলিয়াব পৰা নাই কোনো তথ্য'। মুখ্যমন্ত্ৰী, শীৰ্ষ আৰক্ষী বিষয়াই খবৰ নোলোৱাৰ অভিযোগ জোনমণিৰ মাতৃৰ। 

Category
Profile picture for user UB Photos