Assam Police

চাইবাৰ হাবলৈ ৰূপান্তৰিত ৰাজধানী গুৱাহাটী
গুৱাহাটীৰ হোটেলত বাহৰ পাতি অপৰাধীয়ে মেলিছে জাল
পুনৰ গুৱাহাটী আৰক্ষীৰ জালত ৭ চাইবাৰ অপৰাধী
ছয়মাইলৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ অভিযুক্তকেইটাক 
গ্ৰেপ্তাৰ জেহেৰুল আলম, জাকাৰিয়া শ্বেইখ, চাহিল আলী
জালত মহম্মদ ভূৰণ, তাকাম তাজুল, ফুথেম সঞ্জু থয় মেটাই
দীপক বৰা নামৰ এজনকো গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ
গৰাকীৰ অজ্ঞাতে বেংক একাউণ্ট খুলি চলাইছিল জালিয়াতি
বহু লোকৰ পৰা কোটি কোটি টকা সৰকাইছিল চক্ৰটোৱে
ছয়মাইলৰ YELLOW QUEEN হোটেলৰ পৰা চলাইছিল প্ৰৱঞ্চনা