SI জোনমণি ৰাভাৰ ঘৰত উপস্থিত CBI ৰ দ'ল।

Junmoni

ক্ষীপ্ৰগতিত চলিছে SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত। CBI য়ে তদন্তৰ দায়িত্ব লোৱাৰ পিছৰে পৰা অধিক তীব্ৰ গতিত চলিছে অভিযান। আজি  জোনমণি ৰাভাৰ ঘৰত উপস্থিত হৈছে CBI ৰ এটা দল। জোনমণিৰ মৃত্যুৰ ঘটনাৰ তদন্ত ৰ বাবে উপস্থিত হৈছে দলটো। জোনমণিৰ পৰিয়ালৰ সৈতে কথা পাতিব CBI য়ে। 
 

Category
Profile picture for user UB Photos