‘অপাৰেচন সিন্দুৰ’ৰ পাছতেই পাকিস্তানত দামবৃদ্ধিৰ আতংক
পাকিস্তানত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দামবৃদ্ধি
যুদ্ধৰ মাজতে মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে দেশখনক
ভাৰত পাকিস্তান
চাউল ৬০ টকা ২৭৫ টকা
বুট দাইল ১০০ টকা ৫৭৫ টকা
বিলাহী ৩০ টকা ৮০ টকা
আলু ১৫ টকা ১২০ টকা
পিঁয়াজ ৩০ টকা ১৫০ টকা