India

গৃহভূমিত উপস্থিত টীম ইণ্ডিয়া। বিশ্বকাপ জয় কৰি ভাৰতত ৰোহিত বাহিনী। এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানেৰে ভাৰতলৈ মেন ইন ব্লু। সুদীৰ্ঘ ১৩ বছৰৰ মূৰত ভাৰতলৈ ঘূৰি আহিল বিশ্বকাপ। পুৱাই দিল্লী বিমানবন্দৰত উপস্থিত ৰোহিত বাহিনী। দিল্লীত উষ্ম আদৰণি জনোৱা হয় দলটোক।