পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ কূটনৈতিক আক্ৰমণ! কেন্দ্ৰই নিষিদ্ধ কৰিলে পাকিস্তানৰ ১৬টা ইউটিউব চেনেল

digital war

পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ কূটনৈতিক আক্ৰমণ

কেন্দ্ৰই নিষিদ্ধ কৰিলে পাকিস্তানৰ ১৬টা ইউটিউব চেনেল

প্ৰৰোচনামূলক বাতৰি পৰিৱেশন কৰিছিল চেনেলকেইটাই

গৃহ মন্ত্ৰালয়ৰ অনুমোদনৰ পিছতেই এই সিদ্ধান্ত

৬৩ মিলিয়ন ছাবস্ক্ৰাইবাৰ আছিল চেনেলকেইটাৰ

সাম্প্ৰদায়িক বিষবাষ্প বিয়পাইছিল চেনেলকেইটাই

BBCলৈ সকীয়নি কেন্দ্ৰৰ

সন্ত্ৰাসবাদীক উগ্ৰপন্থী বুলি অভিহিত কৰিছিল BBCএ

BBCৰ বাতৰি কেন্দ্ৰৰ নিৰীক্ষণত

Category