ভাৰত-পাক সীমান্তত উত্তেজনা! গু*লী*য়া*গু*লীত আহত ভাৰতীয় সেনা জোৱান...

pakistan

ভাৰত-পাক সীমান্তত উত্তেজনা
ৰজৌৰী জিলাৰ নৌচেৰা ছেক্টৰত গুলীয়াগুলীৰ ঘটনা
ভাৰত-পাক নিয়ন্ত্ৰণ ৰেখাত বোমা বিস্ফোৰণৰো ঘটনা
সীমান্তত সংঘটিত গুলীয়াগুলীত আহত ভাৰতীয় সেনা জোৱান
সীমান্তৰ সিপাৰৰ পৰা স্নাইপাৰ ৰাইফলেৰে গুলীবৰ্ষণ
সীমান্তত ভাৰতীয় সেনাৰ অভিযান
বিগত ২০ দিনত সীমান্ত এলেকাত সীমা পাৰৰ পৰা প্ৰথমটো আক্ৰমণ
ফেব্ৰুৱাৰী মাহত সীমান্তৰ সিপাৰৰ পৰা ৫বাৰকৈ আক্ৰমণৰ ঘটনা
১৪ জানুৱাৰীত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত বিস্ফোৰিত হৈছিল লেণ্ডমাইন
লেণ্ডমাইন বিস্ফোৰণৰ ঘটনাত আহত হৈছিল ৬জন জোৱান

Category