APSC

অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা
মূল পৰীক্ষাৰ বাবে ২৮৯৮গৰাকী প্ৰাৰ্থীৰ যোগ্যতা অৰ্জন
৬৭,২৫১গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল প্ৰাৰম্ভিক পৰীক্ষাত
প্ৰথমবাৰৰ বাবে OMRৰ সৈতে প্ৰাৰ্থীৰ বাবে কাৰ্বন কপী ব্যৱহাৰ
APSCৰ মূল পৰীক্ষা অনুষ্ঠিত হ’ব জুলাই মাহৰ শেষ ভাগত
মূল পৰীক্ষাৰ প্ৰশ্নকাকত উপলব্ধ হ’ব ইংৰাজী, অসমীয়া ভাষাত!