Acknowledgment, Sociology আদিৰ দৰে শব্দও শুদ্ধকৈ লিখিব নোৱাৰা এজন নিয়োগ বিষয়া! ইতিমধ্যেই গ্ৰেপ্তাৰ বিষয়াজন...........

APSC

প্ৰসংগঃ নিয়োগ বিষয়া ৰাকেশ দাসক SITৰ গ্ৰেপ্তাৰ
মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ ৰাকেশ দাসক
SITৰ জেৰাত বহু চাঞ্চল্যকৰ তথ্য উদঘাটন
ৰাকেশ দাসৰ পিতৃৰ সৈতে ঘনিষ্ঠতা আছিল ৰাকেশ পালৰ
ৰাকেশ দাসৰ পিতৃ আৰু ৰাকেশ পাল আছিল সৎসংগী
ভঙাগড়ৰ সৎসংগ বিহাৰত চিনাকী হৈছিল দুয়োৰে
ৰাকেশ দাসৰ পিতৃ নলবাৰীৰ এগৰাকী সম্ভ্ৰান্ত লোক
সৎসংগ বিহাৰৰ কাৰ্যালয়তে হৈছিল ধনৰ লেনদেন
ৰাকেশ দাসৰ পিতৃয়ে ৰাকেশ পালক দিছিল বৃহৎ অংকৰ ধন
অৰ্হতা নথকাৰ পিছতো ৰাকেশ দাসে পালে ৰাজপত্ৰিত বিষয়াৰ তালিকাত স্থান
ইতিমধ্যে FSL ৰি’পৰ্ট লাভ কৰিছে তদন্তকাৰী SITএ
FSL ৰি’পৰ্টত আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য
নমুনাৰ সৈতে মিল নাই ৰাকেশ দাসৰ উত্তৰ বহীৰ হস্তাক্ষৰৰ
ভাৰাতীয়া লেখকেৰে মূল পৰীক্ষাৰ উত্তৰ লিখোৱাৰ সম্ভাৱনা
SITৰ জেৰাতো ৰাকেশ দাসে লিখিব পৰা নাই সাধাৰণ কিছুমান শব্দ
Acknowledgment, Sociology আদিৰ দৰে শব্দও শুদ্ধকৈ লিখিব পৰা নাই ৰাকেশে
ৰাকেশৰ পিতৃকো তলব কৰাৰ সম্ভাৱনা SITৰ

Category
Profile picture for user UB Photos