
CIDৰ কাৰ্যালয়ত হাজিৰ ২ ACS বিষয়া
হাজিৰ ACS আকাশী দুৱৰা, ত্ৰিদীপ ৰয়
SITয়ে জেৰা চলাব দুই ACS বিষয়াক
ত্ৰিদীপ ৰয় হাইলাকান্দিৰ অতিৰিক্ত উপায়ুক্ত
জেৰাৰ অন্তত ২ বিষয়াক গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা
দুগৰাকী APS বিষয়ালৈয়ো জাননী SITৰ
১ ডিচেম্বৰত হাজিৰ হ’ব লাগিব APS সুকন্যা দাস
গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চৰ ADCP সুকন্যা দাস
সুকন্যা দাসসহ আন এগৰাকী APS বিষয়াক জাননী
APSC কেলেংকাৰিৰ দ্বিতীয় পৰ্যায়ৰ তদন্ত আৰম্ভ
আৰক্ষী জিম্মাৰ ম্যাদ উকলিব পূৰ্বে গ্ৰেপ্তাৰ হোৱা ২ বিষয়াৰ
ঐশ্বৰ্য বৰুৱা, ছাহজাহানক হাজিৰ কৰোৱা হ’ব আদালতত
সন্ধানহীন বহুকেইজন অভিযুক্ত ৰাজপত্ৰিত বিষয়া
কাৰ্যালয় আৰু ঘৰ এৰি আত্মগোপন বহু APS, ACS বিষয়াৰ
বক্ৰ পথেৰে উত্তৰ বহীত নম্বৰ বঢ়াই লৈছিল চাকৰি
- Log in to post comments