ঋণৰ ধাৰা অব্যাহত আছে ৰাজ্য চৰকাৰৰ
৪ মাৰ্চত আকৌ ল’ব ৯০০ কোটিৰ ঋণ
চলিত বিত্তীয় বৰ্ষৰ অন্তিমটো মাহত অধিক ঋণৰ বোজা
ফেব্ৰুৱাৰী মাহত লৈছিল ৩,৬৫০ কোটি টকা
২৫ ফেব্ৰুৱাৰীত ৰিজাৰ্ভ বেংকৰ পৰা ১,৮৫০ কোটি ঋণ
৯৫০ কোটি চৰকাৰী বণ্ড ২০ বছৰৰ বাবে বন্ধক
৯০০ কোটি চৰকাৰী বণ্ড ১৫ বছৰৰ বাবে বন্ধক
১৮ ফেব্ৰুৱাৰীত লৈছিল ৯০০ কোটি টকাৰ ঋণ
৪ ফেব্ৰুৱাৰীতো লৈছিল ৯০০ কোটি টকাৰ ঋণ
২৮ জানুৱাৰীত লৈছিল ৫০০ কোটি টকাৰ ঋণ
৭ জানুৱাৰীত লৈছিল ৫০০ কোটি টকাৰ ঋণ
২০২৫ত এতিয়ালৈ ঋণ হ’ব ৩৭০০ কোটি টকা
বৰ্তমানলৈ ৰাজ্য চৰকাৰৰ ঋণৰ পৰিমাণ ১,৬৫,৮৫০ কোটি টকা
- Read more about ৪ মাৰ্চত ৰাজ্য চৰকাৰে আকৌ ল’ব ৯০০ কোটিৰ ঋণ....
- Log in to post comments