চাকৰি ঘূৰাই পালে ২১ ৰাজপত্ৰিত বিষয়াই, ৰাজ্য চৰকাৰৰ গাফিলতিৰ বাবেই ঘূৰাই পালে নেকি চাকৰি?

apsc

ভেকোভাওনাত পৰিণত হ APSC কেলেংকাৰিৰ তদন্ত

চাকৰি ঘূৰাই পালে APSC কেলেংকাৰিত অভিযুক্ত বিষয়াই

২১ ৰাজপত্ৰিত বিষয়াৰ নিলম্বন প্ৰত্যাহাৰৰ নিৰ্দেশ HC

নিলম্বনৰ লগতে বিভাগীয় তদন্ততো স্থগিতাদেশ

ৰাজ্য চৰকাৰৰ গাফিলতিৰ বাবে ঘূৰাই পালে চাকৰি

চাকৰি ঘূৰাই পাবলৈ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল বিষয়াকেইজন

ৰাজ্য চৰকাৰৰ পৰা এই সন্দৰ্ভত উত্তৰ বিচাৰিছিল ন্যায়ালয়ে

সঠিক সময়ত উত্তৰ দিয়াত ব্যৰ্থ দিছপুৰ আৰক্ষী

APSCত বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগত হৈছিল নিলম্বন

২১জন বিষয়াৰ ভিতৰত আছে ১১জন APS বিষয়া

চাকৰি ঘূৰাই পালে দীপাংকৰ দত্ত লহকৰ, নিতুমণি দাসে

ৰুমিৰ টিমুংপি, ফাৰুক আহমেদ, কল্যাণ কুমাৰ দাস

কুলপ্ৰদীপ ভট্টাচাৰ্য, নীলাঞ্জল গগৈ, নন্দিনী কাকতি

অনলজ্যোতি দাস, শ্বাহজাহান সৰকাৰ, আচুৰ্য্য জীৱন বৰুৱাই

অতিৰিক্ত আৰক্ষী অধীক্ষক পদত কাৰ্যনিৰ্বাহ কৰি আছিল কেওজনে

চাকৰি ঘূৰাই পাব চাৰিগৰাকী ACS, ৩গৰাকী সহকাৰী নিয়োগ বিষয়াই

তালিকাত দুগৰাকী সহকাৰী পঞ্জীয়ক আৰু এগৰাকী আবকাৰী পৰিদৰ্শক

Category