কাঁহ-পিতলৰ চুৰি সামগ্ৰীৰ বিৰুদ্ধে চানমাৰি আৰক্ষীৰ অভিযান...

chandamri

চুৰি সামগ্ৰীৰ বিৰুদ্ধে চানমাৰি আৰক্ষীৰ অভিযান
মালিগাঁৱৰ এটা ডেম্পত অভিযান চানমাৰি আৰক্ষীৰ
অভিযানত ডেম্পটোৰ পৰা জব্দ বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী
কাঁহ-পিতলৰ সামগ্ৰীৰ পৰা কপাৰ তাঁৰলৈকে জব্দ আৰক্ষীৰ
জব্দকৃত সামগ্ৰীখিনিৰ মূল্য প্ৰায় ১০ কোটি টকা

প্ৰৱেশদ্বাৰ বন্ধ কৰি চানমাৰি আৰক্ষীয়ে চলাইছে অভিযান
ডেম্পটোৰ মালিক বিনোদ ৰায় আৰু নুৰ আলমকো গ্ৰেপ্তাৰ 
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈ গ্ৰেপ্তাৰ কৰিছে তিনিজনক

উল্লেখ্য যে কিছুদিন পূৰ্বে গীতানগৰৰ এটা চুৰি কাণ্ডৰ তদন্ত কৰিবলৈ গৈ এই বৃহৎ ভাণ্ডাৰৰ তথ্য উদ্ধাৰ কৰিছিল আৰক্ষীয়ে।

Category

Related Articles