Assam Police

গোলাঘাটৰ চাৰিঙ্গীয়াত চাঞ্চল্যকৰ ঘটনা
এসপ্তাহে নিৰুৰ্দিষ্ট মহিলাৰ মৃতদেহ উদ্ধাৰ
উদ্ধাৰ হৈছে ৰূপজ্যোতি বৰা হাজৰিকাৰ মৃতদেহ
মহিলাগৰাকীৰ বাসগৃহৰ বাৰীত গাঁতৰ পৰা উদ্ধাৰ মৃতদেহ
এজন লোকে হত্যা কৰি পুতি থৈছিল মৃতদেহ
যুগল নায়ক নামৰ এজন লোকৰ বিৰুদ্ধে অভিযোগ
যুগল নায়কে ফোন কৰি মাতি আনিছিল ৰূপজ্যোতিক
এসপ্তাহে ছুইচট্ অফ আছিল ৰূপজ্যোতিৰ ম’বাইল ফোন
ৰূপজ্যোতি নিৰুদ্দেশৰ দিন ধৰি পলাতক হৈ আছিল যুগল
দেওবাৰে অভিযান চলাই আৰক্ষীয়ে আটক কৰিছিল যুগল নায়কক
আৰক্ষীৰ জেৰাত ৰূপজ্যোতিক হত্যাৰ কথা স্বীকাৰ যুগলৰ