Assam Politics

আজি দিনজোৰা কাৰ্যসূচীৰে বৰাকলৈ মুখ্যমন্ত্ৰী

কেইবাখনো নিৰ্বাচনী জনসভাত অংশ ল’ব CMএ

১১ বজাত হাইলাকান্দিৰ কাটলিচৰাত মুখ্যমন্ত্ৰীৰ সভা

১২.৩০ বজাত দক্ষিণ কৰিমগঞ্জৰ নিলাম বজাৰত মুখ্যমন্ত্ৰীৰ সভা

২ বজাত কাছাৰৰ কাটিগড়াত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী ৰেলী

৩.৩০ বজাত উদাৰবন্দত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী ৰেলী

সন্ধিয়া শিলচৰত ৰোড শ্ব’ত অংশ ল’ব মুখ্যমন্ত্ৰীয়ে!