যিকোনো মূৰ্হূততে ঘোষণা হ’ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা! ৰাজ্যৰ ১১ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী প্ৰায় চূড়ান্ত.......

bjp

যিকোনো মূৰ্হূততে ঘোষণা হ’ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা
ৰাজ্যৰ ১১ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী প্ৰায় চূড়ান্ত
অগপ, UPPLক এৰি দিয়া ৩ আসনৰ প্ৰাৰ্থীও প্ৰায় চূড়ান্ত
ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল প্ৰায় নিশ্চিত
ডিব্ৰুগড়ত ৰামেশ্বৰ তেলীৰ প্ৰাৰ্থিত্বৰ সম্ভাৱনা স্তিমিত
নৱগঠিত কাজিৰঙা সমষ্টিত কামাখ্যা প্ৰসাদ তাছাৰ প্ৰাৰ্থিত্ব নিশ্চিত
যোৰহাটত বৰ্তমানৰ সাংসদ তপন গগৈৰ নাম প্ৰায় নিশ্চিত
নগাঁৱত ন বিজেপি নেতা সুৰেশ বৰাৰ প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত
ডিফুত হৰেন সিং বে’ৰ পৰিৰ্ৱতে অমৰ সিং টিছু প্ৰায় নিশ্চিত
শিলচৰত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত
লখিমপুৰত বৰ্তমানৰ সাংসদ প্ৰদান বৰুৱা প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত
কৰিমগঞ্জত পুনৰবাৰ কৃপানাথ মাল্লাকে প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা
দৰং-ওদালগুৰিত পুনৰবাৰ দিলীপ শইকীয়াকে প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা
গুৱাহাটীত বিজুলী কলিতা মেধিৰ প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত
তেজপুৰত ৰঞ্জিত দত্তক প্ৰাৰ্থিত্ব প্ৰদানৰ সম্ভাৱনা
বৰপেটা আৰু ধুবুৰী সমষ্টিত দিব অগপৰ প্ৰাৰ্থী
কোকৰাঝাৰ সমষ্টি এৰি দিছে UPPLক
প্ৰাৰ্থী তালিকা সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰীৰ 

Category