
প্ৰদেশ কংগ্ৰেছত পুনৰ মোক্ষম আঘাত
বিজেপিলৈ কংগ্ৰেছ নেতা সুৰয দিহিঙীয়া
আনুষ্ঠানিকভাৱে বিজেপিত যোগদান দিহিঙীয়াৰ
APCCৰ সাঃ সম্পাদক আছিল সুৰয দিহিঙীয়া
যোৰহাট সমষ্টিৰ টিকটৰ দাবীদাৰ আছিল দিহিঙীয়া
টিকট বঞ্চিতৰ ক্ষোভত দল এৰাৰ সিদ্ধান্ত
২০২১ বৰ্ষত মাহমৰা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী আছিল দিহিঙীয়া
Category
- Log in to post comments