ৰাজ্যৰ ৰাজনীতিত চৰ্চিত ‘ম’
‘ম’ ৰাজনীতিত উত্তাল ৰাজ্য
‘ম’ অবিহনে আধৰুৱা মুখ্যমন্ত্ৰীৰ ৰাজনীতি
সলনি হৈছে ৰাজ্যৰ ৰাজনৈতিক চিন্তা-ধাৰা
ভাৰতবৰ্ষৰ ৰাজনীতিত শব্দৰ সংযোজন ঘটাই নতুন ৰাজনীতি কৰা দিশটো বহু পুৰণি। এই শব্দসমূহে এক প্ৰকাৰে অক্সিজেনৰ দৰে কাম কৰে ৰাজনীতিত। ৯০ৰ দশকত বিহাৰত তেতিয়াৰ মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱে নিজৰ ভোটকেন্দ্ৰ শক্তিশালী কৰাৰ বাবে ব্যৱহাৰ কৰিছিল
- Read more about ‘ম’! এতিয়া অসমত 'ম' ৰ ৰাজনীতি....
- Log in to post comments